LHC পৰীক্ষাসমূহ | |
---|---|
ATLAS | A Toroidal LHC Apparatus |
CMS | Compact Muon Solenoid |
LHCb | LHC-beauty |
ALICE | A Large Ion Collider Experiment |
TOTEM | Total Cross Section, Elastic Scattering and Diffraction Dissociation |
LHCf | LHC-forward |
MoEDAL | Monopole and Exotics Detector At the LHC |
LHC preaccelerators | |
p and Pb | Linear accelerators for protons (Linac 2) and Lead (Linac 3) |
(not marked) | Proton Synchrotron Booster |
PS | Proton Synchrotron |
SPS | Super Proton Synchrotron |
List of current particle accelerators at CERN | |
---|---|
Linac2 | Accelerates protons |
Linac3 | Accelerates ions |
Linac4 | Accelerates negative hydrogen ions |
AD | Decelerates antiprotons |
LHC | Collide protons or lead ions |
LEIR | Accelerates lead ions |
PS | Accelerates particles |
PSB | Accelerates protons |
SPS | Accelerates protons and lead ions |
Beyond the Standard Model |
---|
Simulated Large Hadron Collider CMS particle detector data depicting a Higgs boson produced by colliding protons decaying into hadron jets and electrons |
Standard Model |
Intersecting Storage Rings | CERN, 1971–1984 |
---|---|
Proton-Antiproton Collider (SPS) | CERN, 1981–1991 |
ISABELLE | BNL, cancelled in 1983 |
Tevatron | Fermilab, 1987–2011 |
Relativistic Heavy Ion Collider | BNL, 2000–present |
Superconducting Super Collider | Cancelled in 1993 |
Large Hadron Collider | CERN, 2009–present |
Future Circular Collider | Proposed |
বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (ইংৰাজী: The Large Hadron Collider; চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)। ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই (চাৰ্ণ) বৃহৎ হেড্ৰ'ন সংঘৰ্ষক নিৰ্মাণ কৰি উলিয়ায়। ২৭ কিলোমিটাৰ পৰিধিযুক্ত আৰু ১৭৫ মিটাৰ গভীৰ এই সংঘৰ্ষকটো ছুইজাৰলেণ্ডৰ জেনেভাৰ ওচৰৰ ফ্ৰাঞ্চ-ছুইজাৰলেণ্ড সীমান্তৰ তলত অৱস্থিত। ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৩ চনৰ আগলৈ প্ৰতিবীমত ৩.৫-৪ টেৰাইলেক্ট্ৰনভল্টৰ (TeV) (মুঠ ৭-৮ TeV) শক্তি ব্যৱহাৰ কৰি ইয়াৰ প্ৰথমটো গৱেষণা আৰম্ভ কৰা হৈছিল। তাৰ পাছত দুবছৰৰ বাবে সংঘৰ্ষকটোৰ উন্নয়ন কৰা হৈছিল। দ্বিতীয় গৱেষণা আৰম্ভ কৰিবলৈ ২০১৫ চনৰ আগছোৱাত সংঘৰ্ষকটো পুনৰ চলোৱা হয় আৰু এইবাৰ প্ৰতিবীমত ৬.৫ TeV (মুঠ ১৩ TeV) ব্যৱহাৰ কৰা হয়।
বৃহৎ হেড্ৰ'ন সংঘৰ্ষকৰ লক্ষ্য হ'ল কণা পদাৰ্থ বিজ্ঞানৰ বিভিন্ন তত্বসমূহৰ পূৰ্ব-সূচনাসমূহ পদাৰ্থ বিজ্ঞানীসকলক পৰীক্ষা কৰিবলৈ দিয়া। ইয়াৰোপৰি হিগ্ছ ব'ছ'নৰ ধৰ্মসমূহৰ জোখমাখ আৰু ছুপাৰছিমেট্ৰিক তত্বসমূহৰ দ্বাৰা পূৰ্ব-সূচনা কৰা নতুন কণাসমূহৰ সন্ধান এই সংঘৰ্ষকৰ লক্ষ্য।