মূল উদ্ভাৱক | |
---|---|
বিকাশক | মেটা প্লেটফৰ্ম |
প্ৰথম মুক্তি | ৬ অক্টোবৰ ২০১০ |
অপাৰেটিং চিষ্টেম | |
আকাৰ | ১৯৬.৬ MB (iOS) ৪৫.৪২ MB (Android) ৪৬.৫ MB (Fire OS) |
উপলব্ধ হয় | ৩২ টা ভাষা |
সাঁচ:Hidden top
| |
অনুজ্ঞাপত্ৰ | Proprietary software with Terms of Use |
ৱেবছাইট | www |
ইনষ্টাগ্ৰাম (ইংৰাজী: Instagram; ইনষ্টা (Insta) আৰু আইজি (IG) বুলিও জনা যায়) ফটো আৰু ভিডিঅ' ভাগ-বতৰা কৰিব পৰা এটা ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট। কেভিন ছিছট্ৰ'ম আৰু মাইক ক্ৰীগাৰে নিৰ্মাণ কৰা এই ৱেবছাইটো ২০১০ চনৰ অক্টোবৰ মাহত মুকলি কৰি দিয়া হয়।